News

১৯তম আদিবাসী মহাসভাৰ প্ৰস্তুতি

বিশ্বনাথৰ ধুলিত হব আদিবাসী মহাসভা

সদৌ আদিবাসী ছাত্ৰ সন্থা(আছা) কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ সমিতি আৰু আদিবাসী জনগোষ্ঠৰ সহযোগত ১৯ তম আদিবাসী  মহাসভা উদযাপন কৰাৰ প্ৰস্তুতি চলিছে। এই মহাসভা অহা ইং ২৫,২৬,২৭আৰু ২৮ জানুবাৰীত বিশ্বনাথ জিলাৰ  ধুলিত  অনুষ্ঠিত হব। আদিবাসী বৌধিক মহলে মহা সভাৰ আগে আগে তিনিওটা আছাৰ গোটক একগোট কৰাৰ প্ৰয়াস কৰিছে যাতে অনুস্থিত হ’বলগীয়া মহাসভাখন সফল ৰূপে উদযাপন কৰিব পাৰি।

১৯তম আদিবাসী মহাসভা উপলক্ষে এখন সোৱঁৰনি পুস্তিকা প্ৰকাশ কৰাৰ প্ৰয়াস কৰা হৈছে। পুস্তিকাখনৰ বাবে সকলোৰে পৰা লেখা আহবান কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button