News – Adivasi Awaz https://adivasiawaz.com Voice of the Adivasis Wed, 17 Jan 2024 16:52:26 +0000 en-US hourly 1 https://wordpress.org/?v=6.5.2 https://adivasiawaz.com/wp-content/uploads/2023/12/favicon-75x75.png News – Adivasi Awaz https://adivasiawaz.com 32 32 19th ADIVASI MAHA SABHA AT DHULI https://adivasiawaz.com/2024/01/17/19th-adivasi-maha-sabha/ https://adivasiawaz.com/2024/01/17/19th-adivasi-maha-sabha/#comments Wed, 17 Jan 2024 16:29:38 +0000 https://adivasiawaz.com/?p=3386  

 

]]>
https://adivasiawaz.com/2024/01/17/19th-adivasi-maha-sabha/feed/ 1
১৯তম আদিবাসী মহাসভাৰ প্ৰস্তুতি https://adivasiawaz.com/2023/12/20/%e0%a6%86%e0%a6%a6%e0%a6%bf%e0%a6%ac%e0%a6%be%e0%a6%b8%e0%a7%80-%e0%a6%ae%e0%a6%b9%e0%a6%be%e0%a6%b8%e0%a6%ad%e0%a6%be%e0%a7%b0-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%b8%e0%a7%8d%e0%a6%a4%e0%a7%8b%e0%a6%a4/ https://adivasiawaz.com/2023/12/20/%e0%a6%86%e0%a6%a6%e0%a6%bf%e0%a6%ac%e0%a6%be%e0%a6%b8%e0%a7%80-%e0%a6%ae%e0%a6%b9%e0%a6%be%e0%a6%b8%e0%a6%ad%e0%a6%be%e0%a7%b0-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%b8%e0%a7%8d%e0%a6%a4%e0%a7%8b%e0%a6%a4/#respond Tue, 19 Dec 2023 21:22:19 +0000 https://adivasiawaz.com/?p=3362

সদৌ আদিবাসী ছাত্ৰ সন্থা(আছা) কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ সমিতি আৰু আদিবাসী জনগোষ্ঠৰ সহযোগত ১৯ তম আদিবাসী  মহাসভা উদযাপন কৰাৰ প্ৰস্তুতি চলিছে। এই মহাসভা অহা ইং ২৫,২৬,২৭আৰু ২৮ জানুবাৰীত বিশ্বনাথ জিলাৰ  ধুলিত  অনুষ্ঠিত হব। আদিবাসী বৌধিক মহলে মহা সভাৰ আগে আগে তিনিওটা আছাৰ গোটক একগোট কৰাৰ প্ৰয়াস কৰিছে যাতে অনুস্থিত হ’বলগীয়া মহাসভাখন সফল ৰূপে উদযাপন কৰিব পাৰি।

১৯তম আদিবাসী মহাসভা উপলক্ষে এখন সোৱঁৰনি পুস্তিকা প্ৰকাশ কৰাৰ প্ৰয়াস কৰা হৈছে। পুস্তিকাখনৰ বাবে সকলোৰে পৰা লেখা আহবান কৰা হৈছে।

]]>
https://adivasiawaz.com/2023/12/20/%e0%a6%86%e0%a6%a6%e0%a6%bf%e0%a6%ac%e0%a6%be%e0%a6%b8%e0%a7%80-%e0%a6%ae%e0%a6%b9%e0%a6%be%e0%a6%b8%e0%a6%ad%e0%a6%be%e0%a7%b0-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%b8%e0%a7%8d%e0%a6%a4%e0%a7%8b%e0%a6%a4/feed/ 0
আদিবাসী সমাজ কল্যান আৰু উন্নয়ন পৰিষদৰ নাগৰিক সভা https://adivasiawaz.com/2023/11/22/%e0%a6%86%e0%a6%a6%e0%a6%bf%e0%a6%ac%e0%a6%be%e0%a6%b8%e0%a7%80-%e0%a6%b8%e0%a6%ae%e0%a6%be%e0%a6%9c-%e0%a6%95%e0%a6%b2%e0%a7%8d%e0%a6%af%e0%a6%be%e0%a6%a8-%e0%a6%86%e0%a7%b0%e0%a7%81-%e0%a6%89/ https://adivasiawaz.com/2023/11/22/%e0%a6%86%e0%a6%a6%e0%a6%bf%e0%a6%ac%e0%a6%be%e0%a6%b8%e0%a7%80-%e0%a6%b8%e0%a6%ae%e0%a6%be%e0%a6%9c-%e0%a6%95%e0%a6%b2%e0%a7%8d%e0%a6%af%e0%a6%be%e0%a6%a8-%e0%a6%86%e0%a7%b0%e0%a7%81-%e0%a6%89/#comments Wed, 22 Nov 2023 02:18:48 +0000 https://adivasiawaz.com/?p=3333 ২১ নভেম্বৰ ২০২৩, গুৱাহাটীঃ আজি আদিবাসী সমাজ কল্যান আৰু উন্নয়ন পৰিষদৰ যোগেদি নাগৰিক সভা এখন গুৱাহাটীৰ শিল্পগ্ৰামৰ সভা কক্ষত অনুষ্ঠিত হয়। সভাত পৰিষদৰ অধক্ষ্য অসীম হাচদাৰ লগতে মুখ্য কাৰ্য্যবাসী সদ্য দুৰ্গা হচদা আৰু অন্য কাৰ্য্যবাহী সদস্য উপস্থিত আছিল। উপাধ্যক্ষ্য বীৰ সিং মুণ্ডা উৰফে সুভাষ তিৰ্কীয়ে পৰিচালনা কৰা সভাত অসমৰ শ্ৰমবিভাগৰ মন্ত্ৰী সঞ্জয় কিচানৰ লগতে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাইও ভাষন প্ৰদান কৰে। বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলৰ কাৰ্য্যবাহী সদস্য উইলচন হাচদাও সভাত ভাষণ দি ৰাইজক একতাৰে কাম কৰিবলৈ আহবান জনায়। আদিবাসী সকলৰ (১)ভুমি সমস্যা,(২) কৌশল বিকাশ আৰু (৩) শিক্ষাই আদিবাসী পৰিষদৰ মুখ্য কাম হব বুলিয়ে সকলোৱে ভাষন প্ৰসংগত উল্লেখ কৰে। আদিবাসী সাহিত্য সভাৰ সভাপতি গমকে ৱিলফ্ৰড তপ্নই আদিবাসী কল্য়ান পৰিষদে কৰিব লগিয়া কামৰ বিষয়ে প্ৰথমতে ভাষণ প্ৰশংগত উক্ত তিনিওটা গুৰুত্বপুৰ্ণ বিষয়ে উল্লেখ কৰে।

]]>
https://adivasiawaz.com/2023/11/22/%e0%a6%86%e0%a6%a6%e0%a6%bf%e0%a6%ac%e0%a6%be%e0%a6%b8%e0%a7%80-%e0%a6%b8%e0%a6%ae%e0%a6%be%e0%a6%9c-%e0%a6%95%e0%a6%b2%e0%a7%8d%e0%a6%af%e0%a6%be%e0%a6%a8-%e0%a6%86%e0%a7%b0%e0%a7%81-%e0%a6%89/feed/ 2
প্ৰবীণ লাক্ৰাৰ লগত এখন্তেক অন্তৰঙ্গ https://adivasiawaz.com/2023/10/29/%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%ac%e0%a7%80%e0%a6%a3-%e0%a6%b2%e0%a6%be%e0%a6%95%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a7%b0-%e0%a6%b2%e0%a6%97%e0%a6%a4-%e0%a6%8f%e0%a6%96%e0%a6%a8%e0%a7%8d%e0%a6%a4/ https://adivasiawaz.com/2023/10/29/%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%ac%e0%a7%80%e0%a6%a3-%e0%a6%b2%e0%a6%be%e0%a6%95%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a7%b0-%e0%a6%b2%e0%a6%97%e0%a6%a4-%e0%a6%8f%e0%a6%96%e0%a6%a8%e0%a7%8d%e0%a6%a4/#respond Sun, 29 Oct 2023 14:42:05 +0000 https://adivasiawaz.com/?p=3345
Johar Productionৰ প্ৰতিষ্ঠাপক গমকে প্ৰবীণ লাক্ৰাৰ লগত এখন্তেক অন্তৰঙ্গ। প্ৰবীণক মই বহুত সৰুৰে পৰা জানো। বহু কষ্টৰে আৰু ৰ্ধয্যৰে তেওঁ অনুষ্ঠান গড়ি জাতিৰ মান গড়িছে। কঠোৰ পৰিশ্ৰম আৰু ৰ্ধয্যই তেওঁ সম্পদ। Flim Productionৰ যোগেদি, আজি সমাজক এক নতুন পৰিচয় দিয়া এই মহান ব্যক্তিক লগ পাই মই নিজকে ধন্য মানিছো। Johar Productionৰ Mor Sangi, Adivasi Khiladi আদি চবিয়ে Adivasi Flim জগতত নতুন যুগৰ সুচনা কৰিছে।
]]>
https://adivasiawaz.com/2023/10/29/%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%ac%e0%a7%80%e0%a6%a3-%e0%a6%b2%e0%a6%be%e0%a6%95%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a7%b0-%e0%a6%b2%e0%a6%97%e0%a6%a4-%e0%a6%8f%e0%a6%96%e0%a6%a8%e0%a7%8d%e0%a6%a4/feed/ 0